দুদিনীয়াকৈ অনুষ্ঠিত হৈছে ফলঙনি সম্প্ৰতি সাংস্কৃতিক কেন্দ্ৰ আৰু ফলঙনি আঞ্চলিক যুব পৰিষদৰ সৌজ্যত অনুষ্ঠিত হৈছে বসন্ত উৎসব


প্ৰথম দিনা স্বগীয় নিল দত্ত সোঁৱৰণী মুখ্য তোৰন ভাগি শুভ উন্মোচন কৰে মৰঙী প্ৰেছ ক্লাবৰ উপ-সভাপতি সাংবাদিক অৰুপ পুজাৰী য়ে।
পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি প্ৰাঞ্জল বৰাই। সহযোগিতা আগবঢ়ায় সম্প্ৰতি তি সাংস্কৃতিক কেন্দ্ৰৰ সভাপতি পুলিন বৰা যুব পৰিষদৰ সভাপতি অবিনাশ বৰাই।
স্মৃতি তৰ্পণ কৰে ধ্ৰুৱজ্যোতি বৰাই। বৃক্ষৰোপণ কৰে শিক্ষাবিদ বদন চন্দ্ৰ গগৈ য়ে মঞ্চ উদ্ধোধন কৰেমৰঙীৰ সমাজ সেৱক দ্বিজেন ফুকনে।
ছাত্ৰ ছাত্ৰী সকলৰ মাজত বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হোৱা ৰ লগতে বিয়লি ৰ পৰা সৃষ্টি শীল নৃত্য আৰু সৰু বিহৱতী প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। অহা কালিলৈ ঢোলবাদন প্ৰতি যোগিতাৰ আৰু জেংবিহু প্ৰতি যোগিতাৰ আৰু নিশা লৈ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী লক্ষ্য জিৎ বৰুৱা ই সাংস্কৃতিক সন্ধিয়াত গীত পৰিৱেশন কৰিব

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!